Md Abu Shama Alam and Creations
Sunday, 13 October 2019
চিগাৰেট
চিগাৰেট
কবিঃ মহঃ আবু শ্বামা আলম
চিগাৰেটৰ ধোঁৱাৰ লগত
উৰোৱাই দিম
তোমাৰ দুখৰ স্মৃতিবোৰ....
বতাহৰ সতে
উৰি যাব দূৰণিলৈ....
আৰুতো মোক আমনি নকৰে....
আজিকালি তোমাৰ কথা
ঘনাইও মনত নপৰে
দুই এবাৰ পৰিলেও
চকুলো নপৰে।
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment