Saturday, 12 October 2024

বিনিময়

 

বিনিময়

                      মহ: আবু শ্বামা আলম

অমানিশাৰ োৰ ন্ধকাৰত

তোমাৰ দীঘল চুলিকোচাৰ মায়াজালত,

মোৰ চকুযুৰিত নামি আহে সুখৰ নিদ্ৰা ;

ধেনুভিৰীয়া কাজলি নয়নে

মোক দেখুৱাই যুৰীয়া সপোন ,

মোৰ ুকুৰ বালি চাপৰিত গঢ় লয়

প্ৰেমৰ কাৰেং;

গোলাপৰ পাহিৰ দৰে মিহি

মেৰু ভালুকৰ নোমৰ দৰে কোমল

ৰক্তিম ঁঠযুগলে

ৰঙীন হোৱাৰ প্ৰেৰণা যোগায়;

মোৰ ীৱনটো ৰঙীন কৰিবলৈ

ৰঙৰ প্ৰয়োজন

তোমাৰ ৰঙীন ওঁঠৰ পৰা

অলপ ৰং ধাৰ দিয়া

বিনিময়ত

এখন সৰল হৃদয় দিম

 

No comments:

Post a Comment